Doomdooma news
Joining Congress

ডুমডুমাত শ শ লোকৰ যোগদান কংগ্ৰেছত, কংগ্ৰেছ প্ৰাৰ্থী দূৰ্গা ভুমিজৰ উপস্থিতিত নিশা যোগদান কাৰ্যসূচী

প্ৰধানমন্ত্ৰী অসম আগমনৰ দিনটোতে নিশা ডুমডুমাত কংগ্ৰেছ দলত যোগদান কৰে শ শ লোকে । বিজেপি, আটছাকে ধৰি প্ৰায় কেইবাশতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত । বিজেপিৰ টিপুক গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিজেপি নেতা শান্তনু নেওগ, আটছাৰ ডুমডুমা শাখাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদকৰ লগতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লোকসকলে যোগদান কৰে ভাৰতীয় জাতীয় কংগ্ৰেছত । ডুমডুমা ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ডুমডুমা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুৰ্গা ভূমিজকে ধৰি ললিত তাঁতী . চন্দন বাগ আৰু অন্যান্য বহু নেতা-কৰ্মী উপস্থিত থাকে ।

বাইট: দুৰ্গা ভূমিজ, ডুমডুমা কংগ্ৰেছ প্ৰাৰ্থ

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *